Posts

আহিনৰ অঁহীয়া বাটে টোপ টোপ নিয়ৰৰ মালাগাঁঠি শেৱালীৰ সুভাষ লৈ নতুন বতৰা লৈ আপোনাৰ হাতত পাহিৰ ২য় বৰ্ষৰ ২য় সংখ্যাটো।

Image
  আলোচনী পঢ়িবলৈ অনুগ্ৰহ কৰি তলৰ লিংকত গৈ ক্লিক কৰক-- Pahiassamese megazine ধন্যবাদ 💓 আপোনাৰ মতামত জনাবলৈ নাপাহৰিব 

প্ৰকাশ পালে আপোনাৰ মৰমৰ পাহি টি।এয়া নতুন সময়, নতুন মুখ। আপোনাৰ মৰমৰ দ্বি-মাসিক আলোচনী খন।এয়া নতুন সময়ৰ।এয়া আপোনাৰ হাতত দ্বিতীয় বৰ্ষৰ প্ৰথম সংখ্যা টি।

Image
আলোচনীখন পঢ়িবলৈ অনুগ্ৰহ কৰি তলৰ লিংকটোত গৈ ক্লিক কৰক    লিংক-      Pahiassamesemegazine ।                                                   ধন্যবাদ

পাহি অসমীয়া ই আলোচনী একাদশ সংখ্যা

Image
  বহু অপেক্ষাৰে আপোনাৰ হাতত নতুন পাহি । আলোচনীখন পঢ়িবলৈ অনুগ্ৰহ কৰি তলৰ লিংকটোত গৈ ক্লিক কৰক Pahiassamesemegazine                          ধন্যবাদ। খুব সোনকালেই আপোনাৰ হাতত পৰিব পাহিৰ বাৰ্ষিক  সংখ্যাটি।যিসকল লেখকৰ লিখনি এই সংখ্যাত প্ৰকাশিত নহ'ল সেইসমুহ পাহিৰ বৰ্ষপুতি সংখ্যাত প্ৰকাশ কৰাৰ লক্ষ্যৰ ক্ষমা বিছাৰিলো।

প্ৰকৃতিৰ মনোমোহা ৰূপে বসন্তৰ আগমন ঘটালে। বৰদৈচিলা জনীও আহি গুছি গ'ল।কূলিটিও লগালে মাত,প্ৰতিজোপা গছত ন-কুঁহি পাত।নতুন সাজেৰে ব'হাগী জনী আপোনাৰ কাষ পালেহি।আমাৰ পাহিটিও ৰৈ নাথাকিল।প্ৰকৃতিৰ এই বিনন্দিয়া ৰূপত তায়ো সাজি কাতি পালেহি আপোনাৰ কাষ। পাহিৰ নতুন সংখ্যা তথা বসন্তৰ দশম সংখ্যাটি আপোনাৰ হাতত তুলি দিলো--

Image
আলোচনীখন পঢ়িবলৈ অনুগ্ৰহ কৰি তলৰ লিংকটোত গৈ ক্লিক কৰক Pahiassamesemegazine           নতুন সংখ্যাৰ বাবে আপুনিও লিখা সমূহ পঠিয়াব পাৰে। ধন্যবাদ।পুনৰবাৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছাৰে------পাহি পৰিয়াল

ফাগুনৰ জহি যোৱা নৰাতলীৰ বাটেৰে ফাগুন নামিল,সৰা পাতৰ খবৰ লৈ ফাগুন আহিল।মৰমৰ অভিনৱ পাতৰ কুঁহি পাতে বসন্তৰ বতৰা আনিলে। বসন্তৰ প্ৰাক বতৰা লৈ আমি আপোনাৰ মাজত পাহিৰ নতুন সংখ্যা টি।

Image
আলোচনীখন পঢ়িবলৈ অনুগ্ৰহ কৰি তলৰ লিংকটোত গৈ ক্লিক কৰক--- Pahiassamesemegazine

ন-সোৱাদেৰে ভোগালীৰ জলপানৰ সৈতে আপোনাৰ হাতত আমাৰ ২০২২বৰ্ষৰ প্ৰথম মাহৰ পাহি।

Image
ন-সোৱাদেৰে ভোগালীৰ জলপানৰ সৈতে আপোনাৰ হাতত আমাৰ ২০২২বৰ্ষৰ প্ৰথম মাহৰ পাহি অসমীয়া ই-আলোচনী।   আলোচনী খন পঢ়িবলৈ অনুগ্ৰহ কhৰি তলৰ লিংকটোত গৈ ক্লিক কৰক-  https//pahiassamesemagazine.in                                ধন্যবাদ অহা সংখ্যা ৰ বাবে আপোনাৰ লিখনি বিচাৰিলো ।

ডিচেম্বৰ মাহৰ পাহি------

 আলোচনী খন পঢ়িবলৈ অনুগ্ৰহ কৰি তলৰ লিংকটোত গৈ ক্লিক কৰক--- https://flipbookpdf.net/web/site/38f445245a9331e022ff4143617a07577e902c5c202112.pdf.html